Advertisement

How will cyclone ‘Fani’ affect Assam? Here's all that you need to know

How will cyclone ‘Fani’ affect Assam? Here's all that you need to know সাৱধান হওক। আহি আছে দূৰন্ত ঘূৰ্ণী ‘ফনী’। ৰাজ্যজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট। সতৰ্ক কৰা হৈছে প্ৰতিখন জিলাৰ উপায়ুক্তক। আজি মাজনিশাৰ পৰা ৫ মে’ পৰ্যন্ত ৰাজ্যত ব্যাপক প্ৰভাৱ পৰিব ফনীৰ। প্ৰচণ্ড ধুমুহা আৰু বৰষুণে তচ-নচ কৰাৰ আশংকা অসম তথা উত্তৰ পূবক। নেৰানেপেৰা বৰষুণৰ ফলত বানৰো আশংকা ৰাজ্যত। ওড়িশাত আবদ্ধ অসমৰ তীৰ্থযাত্ৰীক উদ্ধাৰৰ ব্যৱস্থা চৰকাৰৰ।

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

News Live,News Live Assam,Assam News,News Live Breaking,Breaking News,Cyclone Fani,Cyclone Fani Alert,Odisha,Puri,Assamese Stranded In Puri,

Post a Comment

0 Comments